চিবিএছই কक्षा ৯ – অসমীয়া (MIL) | পাঠ্যসূচী ২০২৫–২৬ কক্ষা: IX বিষয়: অসমীয়া (Modern Indian Language – MIL) ব’ৰ্ড: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE) 📝 প্ৰশ্ন-পত্ৰৰ ধৰণ আৰু নম্বৰ বিভাজন (CBSE ২০২৫–২৬) বাৎসৰিক পৰীক্ষা (থিয়ৰি): ৮০ নম্বৰ আভ্যন্তৰীণ মূল্যায়ন: ২০ নম্বৰ মুঠ: ১০০ নম্বৰ প্ৰশ্ন-পত্ৰৰ গঠন (৮০ নম্বৰ) খণ্ড – …
