১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল? উত্তৰ : চাওলুং চুকাফা। ২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল? উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন। ৩) প্ৰশ্ন : অসমৰ …
১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ : দক্ষিণ পাৰে। ২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক। ৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি? উত্তৰ : নাম্চা বুৰুৱা (Namcha Burwa)। ৪) প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি? উত্তৰ …
১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি? উত্তৰ : বশিষ্ঠাশ্ৰম। ২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি? উত্তৰ : গড়গাঁও। ৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ …
১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ : অতুলনীয়। ২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ : ৩,১১,৬৯,২৭২। ৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি? উত্তৰ : …
১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ? – আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷ ২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ? – প্ৰীষ্টলী ৷ ৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ? – অলভিল আৰু উইলবাৰ ৰাইট ৷ ৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ? – ৰুডলফ ডিজেল ৷ ৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ? …
১. অসমৰ প্ৰাচীন নাম কি ? – প্ৰাগজ্যোতিষপুৰ ২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ? – ভাস্কৰবৰ্মাৰ দিনত ৷ ৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ? – হিউৱেন চাং ৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ? – আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷ ৫. আহোমসকলৰ আদি ৰজা কোন আছিল ? – …
১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? – ১৯৮৫ চন ৷ ২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? – জ্যোতিপ্ৰসাদ আগৰৱালা ৷ ৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ? – ১৯৬৮ চন ৷ ৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ? – জয়মতী (১৯৩৫) ৷ ৫. …
১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ? – শ্ৰীমন্ত শংকৰদেৱ ৷ ২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ? – কীৰ্ত্তন ৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ? – ভট্টদেৱ ৷ ৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ? – যতীন্দ্ৰ নাথ দুৱৰা ৷ ৫. অসমীয়া চুটিগল্পৰ জনক কোন ? …
১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ? – বিষ্ণুপ্ৰসাদ ৰাভা ৷ ২. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ? – জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ ৩. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ? – গোপীনাথ বৰদলৈ ৷ ৪. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ? – নবীনচন্দ্ৰ বৰদলৈ ৷ ৫. কোনজন অসমীয়াক ‘দেশভক্ত’ নামেৰে খ্যাত …
১) অসমৰ পুৰণি নাম কি? উত্তৰঃ কামৰূপ । ২) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ? উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্ৱৰ্ণপিঠ আৰু 4) সৌমাৰ পিঠ। 3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰঃ ৰঘুনাথ চৌধীৰীক। 4) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰঃ হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত”। …
