Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE QUIZ অসমীয়া সাহিত্য কুইজ

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?
– শ্ৰীমন্ত শংকৰদেৱ ৷

২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
– কীৰ্ত্তন

৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?
– ভট্টদেৱ ৷

৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
– যতীন্দ্ৰ নাথ দুৱৰা ৷

৫. অসমীয়া চুটিগল্পৰ জনক কোন ?
– লক্ষ্মীনাথ বেজবৰুৱা ৷

৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
– লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সুৰভি’ ৷

৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
– ৰবিন্সন (১৮৩৯ চন)

৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
– ব্ৰনচন (১৮৬৭ চন)

৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?
– পদ্মনাথ গোহাঞিবৰুৱা ৷

১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?
– শিৱসাগৰত , ১৯১৭ চনৰ ডিচেম্বৰ মাহত ৷

১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ?
– হেমচন্দ্ৰ বৰুৱা ৷

১২. প্ৰথম অসমীয়া নাটক — শংকৰদেৱৰ চিহ্নযাত্ৰা ৷

১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তা — যতীন্দ্ৰ নাথ দুৱৰা ৷

১৪. প্ৰথম অসমীয়া ছপা পুথি — আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক (১৮১৩ চন) ৷

১৫. প্ৰথম অসমীয়া চিকাৰ কাহিনী — তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী ৷

১৬. প্ৰথম অসমীয়া ছনেট — হেমচন্দ গোস্বামী ৰচিত প্ৰিয়তমাৰ চিঠি ৷

১৭. প্ৰথম অসমীয়া ছপা উপন্যাস — পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন) ৷

১৮. অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায় ?
– চৰ্যাপদ বা চৰ্যাগীতত ৷

১৯. প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
– লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’ ৷

২০. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?
– বনকুঁৱৰী (কবি – চন্দ্ৰকুমাৰ আগৰৱালা) ৷

২১. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
– ‘বিলাতৰ চিঠি’ (১৯৩৯ চন) লেখক – জ্ঞানদাভিৰাম বৰুৱা ৷

২২. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
– ভট্টদেৱক ৷

২৩. অসমৰ প্ৰথম চনেট কবি কোন ?
– হেমচন্দ্ৰ গোস্বামী ৷

২৪. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি ?
– হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত” ৷

২৫. অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় ?
– “জোনাকী” কাকত ওলোৱাৰ পৰা

২৬. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
– ৰজনীকান্ত বৰদলৈক ৷

২৭. প্ৰথন অসমীয়া ব্যাকৰণখনৰ নাম কি ?
– “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন(১৮৩৯)

২৮. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?
– শৰৎ চন্দ্ৰ গোস্বামী ৷

২৯. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
– “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন ৷

৩০. ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
– ফণী শৰ্মা ৷

৩১. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?
– পদ্মনাথ গোহাঞি বৰুৱা ৷

৩২. সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি ?
– বনফুল (১৯৫২) লেখক – যতীন্দ্ৰনাথ দুৱৰা ৷

৩৩. মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ পোৱা গ্ৰন্থখনৰ নাম কি ?
– মামৰে ধৰা তৰোৱাল ৷

৩৪. সাহিত্য অকাডেমী বটাঁ প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্য্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
– সুগন্ধি পখিলা ৷

৩৫. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
– চন্দ্ৰকুমাৰ আগৰৱালা ৷

৩৬. ৰামধেনু ৰ সম্পাদক কোন আছিল ?
– ইন্দ্ৰকমল বেজবৰুৱা ৷

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

ASSAMESE GREAT PERSON অসম কুইজ - অসমৰ বিশিষ্ট ব্যক্তি - মহান অসমীয়া
26/02/2023

Next post

ASSAMESE MOVIE QUIZ অসমৰ চলচ্চিত্ৰ কুইজ
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart