অসমৰ জাতীয় সংগীত ৰচক – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অ’ মোৰ আপোনাৰ দেশ অ’ মোৰ চিকুণী দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ। অ’ মোৰ সুৰীয়া মাত অসমৰ সুৱদী মাত পৃথিৱীৰ ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। অ’ মোৰ ওপজা ঠাই অ’ মোৰ অসমী আই চাই লওঁ এবাৰ মুখনি তোমাৰ …
১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি? উত্তৰ : দুটা। ফ’বচ্ আৰু ডিম’চ্। ২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি? উত্তৰ : এটা। চন্দ্ৰ। ৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান? উত্তৰ : প্ৰায় ৯,৪০০ কিঃ মিঃ। ইয়াৰ ব্যাসাৰ্দ্ধ প্ৰায় ৪ কিঃ মিঃ। …
১) প্ৰশ্ন : কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব? উত্তৰ : শূণ্য। ২) প্ৰশ্ন : .০০৯ X .০০৯ ÷ .০০৯ ৰ মান কিমান? উত্তৰ : .০০৯। ৩) প্ৰশ্ন : =====৬ ÷ ৬ ৰ মান কিমান? উত্তৰ : ০.৪০৮২৪৮২। ৪) প্ৰশ্ন: ১ মিটাৰ সমান কিমান কিলোমিটাৰ? উত্তৰ : …
১) প্ৰশ্ন : মানুহৰ বৈজ্ঞানিক নাম কি? উত্তৰ : হোমোচেপিয়ান। ২) প্ৰশ্ন : জীৱ কাক বোলে? উত্তৰ : যাৰ জীৱন আছে তাক জীৱ বোলে। ৩) প্ৰশ্ন : সমগ্ৰ জীৱ – জগতক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে? উত্তৰ : দুটা ভাগত। যেনে – উদ্ভিদ আৰু প্ৰাণী। ৪) প্ৰশ্ন : উদ্ভিদ …
১) প্ৰশ্ন : পৰমাণু কি কি কণিকাৰ দ্বাৰা গঠিত? উত্তৰ : ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ দ্বাৰা। ২) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰভাগক কি বোলে? উত্তৰ : লিউক্লিয়াচ। ৩) প্ৰশ্ন : নিউক্লাচৰ আধান কেনেকুৱা? উত্তৰ : ধনাত্মক। ৪) প্ৰশ্ন : পদাৰ্থৰ গঠন বুজাবলৈ পৰমাণু তত্ত্বৰ প্ৰস্তাৱ কোনে কৰিছিল? উত্তৰ : ডেল্টনে (জন …
১) প্ৰশ্ন : বাৰুদ কি? উত্তৰ : চোডা, গন্ধক আৰু কাঠ-কয়লাৰ সহায়ত প্ৰস্তুত কৰা এবিধ দাহ্য পদাৰ্থ। ২) প্ৰশ্ন : এক পাৰমাণৱিক ভৰত কিমান গ্ৰাম? উত্তৰ : 1.66 X 10 -24 গ্ৰাম। ৩) প্ৰশ্ন : নক্ষত্ৰ যুদ্ধৰ অন্যতম সামৰিক উপদেষ্টা কোন? উত্তৰ : চাৰ এডৱাৰ্ড টেইলৰ। ৪) প্ৰশ্ন : ৰেডিঅ’ …
১) প্ৰশ্ন : অসমৰ চৰকাৰী ভাষা কি? উত্তৰ : অসমীয়া। ২) প্ৰশ্ন : অসমত থকা আটাইতকৈ ওখ পৰ্বত মালাটো কি? উত্তৰ : বৰাইল পৰ্বতমালা। ৩) প্ৰশ্ন : অসমীয়া মানুহৰ প্ৰধান খাদ্য কি? উত্তৰ : ভাত। ৪) প্ৰশ্ন : অসমৰ জনবহুল মহানগৰী কোন খন? উত্তৰ : গুৱাহাটী। ৫) প্ৰশ্ন : গুৱাহাটীত …
অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ১ অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ২ অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৩ অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৪ CRICKET QUIZ ক্ৰিকেট খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৫ [vcex_divider_dots color=”#dd3333″ margin_top=”10″ …
১) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে। ২) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা …
১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি? উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা। ২) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়? উত্তৰ : লাচিত বঁটা। ৩) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল? উত্তৰ : ২০১১ চনত। …
১) প্ৰশ্ন : উত্তৰ – পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত? উত্তৰ : মালিগাঁও। ২) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? উত্তৰ : শ্ৰী বি. চি. গাংগুলী। ৩) প্ৰশ্ন : ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল? উত্তৰ : ১৮৮১ চনত। ৪) …
১) প্ৰশ্ন : ‘পিগমী-হ’গ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি? উত্তৰ : নল গাহৰি। ২) প্ৰশ্ন : শোণিতপুৰ জিলাৰ মুখ্য আকৰ্ষণ সমূহ কি কি? উত্তৰ : বেংগল ফ্লোৰিকান আৰু এশিঙীয়া গঁড়। ৩) প্ৰশ্ন : ভাৰতীয় ধনেশ পক্ষী আৰু বৃহৎ পখৰা ধনেশ পক্ষীক একেলগে কি বুলি কোৱা হয়? উত্তৰ : দেওহাঁহ। …
১) প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল? উত্তৰ : ১৮২৩ চনত। ২) প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ : কেমেলিয়া চিনেনচিছ। ৩) প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান? উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)। ৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো …
১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি? উত্তৰ : মুগা। ২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত? উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত। ৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ? উত্তৰ : মৃৎ শিল্প। ৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? উত্তৰ : কুমাৰশালৰ। …
১) প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? উত্তৰ : আৰ্য। ২) প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত? উত্তৰ : কামৰুপী। ৩) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ : ব্ৰজাৱলী। ৪) প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক …
১) প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি? উত্তৰ : গামোছা। ২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়? উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা। ৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি? উত্তৰ : ধুতি – চুৰিয়া। ৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ …
১) প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি? উত্তৰ : বিহু। ২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? উত্তৰ : অসমীয়া নৱবৰ্ষ। ৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি? উত্তৰ : টুচু-পূজা। ৪) প্ৰশ্ন : ৰাভা সকলে …
১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল? উত্তৰ : চাওলুং চুকাফা। ২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল? উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন। ৩) প্ৰশ্ন : অসমৰ …
১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ : দক্ষিণ পাৰে। ২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক। ৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি? উত্তৰ : নাম্চা বুৰুৱা (Namcha Burwa)। ৪) প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি? উত্তৰ …
১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি? উত্তৰ : বশিষ্ঠাশ্ৰম। ২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি? উত্তৰ : গড়গাঁও। ৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ …
১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ : অতুলনীয়। ২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ : ৩,১১,৬৯,২৭২। ৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি? উত্তৰ : …